চান্দ্ৰ চক্ৰচান্দ্ৰক

চান্দ্ৰ মাহ (Assamese) [ Roman: san.dro mah]
Contributed by: Bikram M Baruah on 2012-01-28
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) The time period from one no-moon day to another - 29 days 12 hours 44 minutes এটা অমাৱস্যাৰ পৰা আনটো অমাৱস্যাৰ মাজৰ সময় - ২৯ দিন, ১২ ঘণ্টা, ৪৪ মিনিট৷